বিয়া এখন এনেকৈয়ো হয়

বিয়া এখন এনেকৈয়ো হয়

বিয়া এখন এনেকৈয়ো হয় ❤ দৰাজন আমাৰ স্কুলত চতুৰ্থ বৰ্গৰ পদত নতুনকৈ যোগদান কৰা কাৰ্তিক আৰু ক‌ইনাজনী তাৰ অন্ধ স্কুলৰ সহপাঠী আছিল। দুয়োৰে বাবে পৃথিৱীখন এন্ধাৰ। কিন্তু ইজনে সিজনৰ হাত ধৰি পোহৰৰ পৃথিৱীলৈ একেলগে বাট বুলাৰ সাহ কৰিছে। অনুষ্টুপীয়া আয়োজনৰ মাজত আমাৰ মৰম আৰু শুভকামনা কিন্তু অন্তহীন আছিল ❤️❤️ দুয়োৰে ভাল হ‌ওক🙏

-Pallavi Goswami

You may also like to read ডিভৰ্চ হোৱা নাৰীৰ আঁৰৰ কাহিনী

Leave a Reply

Your email address will not be published. Required fields are marked *

Follow by Email
Instagram
Telegram
WhatsApp