বিয়া এখন এনেকৈয়ো হয় ❤ দৰাজন আমাৰ স্কুলত চতুৰ্থ বৰ্গৰ পদত নতুনকৈ যোগদান কৰা কাৰ্তিক আৰু কইনাজনী তাৰ অন্ধ স্কুলৰ সহপাঠী আছিল। দুয়োৰে বাবে পৃথিৱীখন এন্ধাৰ। কিন্তু ইজনে সিজনৰ হাত ধৰি পোহৰৰ পৃথিৱীলৈ একেলগে বাট বুলাৰ সাহ কৰিছে। অনুষ্টুপীয়া আয়োজনৰ মাজত আমাৰ মৰম আৰু শুভকামনা কিন্তু অন্তহীন আছিল ❤️❤️ দুয়োৰে ভাল হওক🙏
-Pallavi Goswami
You may also like to read ডিভৰ্চ হোৱা নাৰীৰ আঁৰৰ কাহিনী