বিয়া এখন এনেকৈয়ো হয় ❤ দৰাজন আমাৰ স্কুলত চতুৰ্থ বৰ্গৰ পদত নতুনকৈ যোগদান কৰা কাৰ্তিক আৰু কইনাজনী তাৰ অন্ধ স্কুলৰ সহপাঠী আছিল। দুয়োৰে বাবে পৃথিৱীখন এন্ধাৰ। কিন্তু ইজনে সিজনৰ হাত ধৰি পোহৰৰ পৃথিৱীলৈ একেলগে বাট বুলাৰ সাহ কৰিছে। অনুষ্টুপীয়া আয়োজনৰ মাজত আমাৰ মৰম আৰু শুভকামনা কিন্তু অন্তহীন আছিল ❤️❤️ দুয়োৰে ভাল হওক🙏
-Pallavi Goswami
You may also like to read ডিভৰ্চ হোৱা নাৰীৰ আঁৰৰ কাহিনী
Jorhat, the cultural heart of Assam, has taken the spotlight as India’s most trending travel…
Singapore’s vibrant waterfront has become a poignant landmark for Assamese and music lovers worldwide, as…
Business tycoon Gautam Adani visited the residence of late legendary singer Zubeen Garg to pay…
Bollywood’s perfectionist Aamir Khan and his production house have paid a heartfelt tribute to Assam’s…
Lakhs of people transformed Guwahati into a powerful sea of love and tears as they…
The musical legend Zubeen Garg’s legacy continues to shine brightly even after his untimely demise.…